Daily MCQs

সাগৰৰ সিপাৰে ভাৰতৰ নিকটতম দেশ কোনখন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ২০ কিলোমিটাৰ বেগত চলি আছে। প্লেটফৰ্মত থিয় হৈ থকা মানুহ এজনক পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব? The patient ___ before the doctor came. ১৫ বছৰৰ পিছত ৰাজীৱৰ বয়স ৫ বছৰ আগৰ বয়সৰ ৫ গুণ হ'ব। বৰ্তমান ৰাজীৱৰ বয়স কিমান? শেহতীয়াকৈ বাতৰিত দেখা জগন্নাথ মন্দিৰৰ নিৰ্মাণত কোনটো স্থাপত্যশৈলী ব্যৱহাৰ কৰা হৈছিল? ২০২৪ চনৰ সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছে?