Daily MCQ

সকলো প্ৰশ্নৰ তালিকা

কুকুৰনেচীয়া বাঘৰ গোট এটাক কোৱা হয়: জেব্ৰাৰ এটা গোটক কোৱা হয়: বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন? কোন চনত অসম উচ্চ ন্যায়ালয় স্থাপন হৈছিল? মুখ্যমন্ত্রী পদৰ প্রার্থীৰ বাবে নূন্যতম কিমান বয়সৰ প্রয়োজন ? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া ন্যায়াধীশৰ নাম কি? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অসমত কেতিয়া অসহযোগ আন্দোলন সংঘটিত হৈছিল? অসমত পৰা কেতিয়া দাস প্ৰথাৰ বিলুপ্তি হৈছিল? গজাপতি উপাধি লাভ কৰা আহোম ৰজা কোন আছিল? মণিৰাম দেৱানক বন্দী কৰি ৰখা জেলখনৰ নাম কি? মোৱামমাৰ বিদ্ৰোহৰ পিছত কামৰূপত হোৱা সৰ্ববৃহৎ বিদ্ৰোহটো কি আছিল? ৰংপুৰ চহৰ কোনে প্ৰতিষ্ঠা কৰিছিল? মিৰ জুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদজন কোন আছিল? বৰফুকন পদ কোনে সৃষ্টি কৰিছিল? কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ হৈছিল? 'চাওফা' শব্দৰ অৰ্থ কি? কোন ৰজাৰ নেতৃত্বত শুক্ৰেশ্বৰ মন্দিৰ স্থাপন কৰা হৈছিল? অসম ক্ৰিকেট সন্থাৰ প্ৰথম সভাপতি কোন আছিল? অসম ফুটবল সন্থাৰ প্ৰথম সভাপতি কোন আছিল? অসমৰ প্ৰথমখন ষ্টেডিয়াম কোনখন? কোন চনত নেহৰু ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল? অসমৰ কোনজন খেলুৱৈক 'ধিং এক্সপ্ৰেছ' বুলি কোৱা হয়? অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কেতিয়া প্ৰতিষ্ঠা হৈছিল? অসম মাধ্যমিক শিক্ষা পৰিষদ কেতিয়া প্ৰতিষ্ঠা হৈছিল?