Daily MCQs

শেহতীয়াকৈ বাতৰিত দেখা জগন্নাথ মন্দিৰৰ নিৰ্মাণত কোনটো স্থাপত্যশৈলী ব্যৱহাৰ কৰা হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অভিযাত্রী কাৰ জীৱন আৰু কৃতিত্বৰ ওপৰত আধাৰিত এখন উপন্যাস? ইণ্টাৰনেটৰ পিতৃ হিচাপে কাক জনা যায়? ‘আজি বন্দো কি ছন্দেৰে“ গীতটো কোনে ৰচনা কৰিছিল? অসমীয়া সাহিত্যত “পাপৰি কবি” নামেৰে কাক জনা যায়? আৰ্জেণ্টিনাৰ ৰাজধানী কি?