Daily MCQs

১৫ বছৰৰ পিছত ৰাজীৱৰ বয়স ৫ বছৰ আগৰ বয়সৰ ৫ গুণ হ'ব। বৰ্তমান ৰাজীৱৰ বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বছৰি ৪% চক্রবৃদ্ধি সুতত ২ বছৰৰ ভিতৰত কিমান মূলধন হ’ব ২৭০.৪০ টকা? 'অসমৰ পদ্য বুৰঞ্জী'ৰ সম্পাদক কোন আছিল? অসম ক্ৰিকেট সন্থাৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতৰ প্ৰথমজন চীফ অৱ ডিফেন্স ষ্টাফ কোন আছিল? ভাৰতৰ সংবিধান গৃহীত হৈছিল____।