Daily MCQs

২০০ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ৫৪ কিলোমিটাৰ বেগত চলি আছে। ১৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

শূন্যকে ধৰি সামগ্ৰিকভাৱে সকলো ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ পদটো কি? কোনজন আহোম ৰজাৰ ৰাজত্বকাল আটাইতকৈ কম মাত্ৰ ২১ দিনৰ আছিল? 'মঞ্চলেখা' কোনে লিখিছিল? সূৰ্যগ্ৰহণ কেতিয়া হয়? বৈকাল হ্ৰদ কোনখন দেশত অৱস্থিত?