Daily MCQs

১৯৬৭ চনত ভাৰতীয় সংবিধানৰ ৰাজ্যিক ভাষাৰ তালিকাত কোনটো ভাষা অন্তৰ্ভুক্ত কৰা হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যৰ তালিকাভুক্ত কৰা হৈছে? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ (ICJ) মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা কাৰ হাতত থাকে? "হেৰী পটাৰ" নামৰ কিতাপখনৰ লেখক কোন? টেছলা হৈছে তলৰ কোনটোৰ SI একক?