Daily MCQs

Choose the correct future tense form: I __________ (arrive) at the station by 10 PM.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অমিল বিচাৰি উলিয়াওক: বুধ, মংগল, চন্দ্ৰ, শুক্ৰ। কোনটো সংখ্যা অসংগতিপূৰ্ণ? ২, ৩, ৫, ৭, ৯, ১১ এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ, ডিগবৈ শোধনাগাৰ, ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অসমৰ আটাইতকৈ ডাঙৰ কয়লাক্ষেত্ৰ কোনটো? কাক দিহিঙিয়া ৰাজা বুলি কোৱা হৈছিল?