Daily MCQs

কোনটো দিনত ‘আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগমুক্ত দিৱস’ পালন কৰা হয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰে? বিটিচি প্ৰশাসনৰ মুৰব্বী কোন? অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনৰ যুৱক-যুৱতীসকলক দক্ষতা প্ৰদানৰ বাবে কোনখন দেশৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে? 'সকুন্তলা' নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম কোন বছৰত আঁতৰাই দিয়া হৈছিল?