Daily MCQs

ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনটো গেছ গছৰ পাতৰ পৰা নিৰ্গত নহয়? অসম পুনৰ্গঠন আইন কেতিয়া গৃহীত হৈছিল, যাৰ ফলত মেঘালয়ৰ সৃষ্টি হৈছিল? ২০২৮ চনৰ অলিম্পিক গেমছ কোনখন চহৰত অনুষ্ঠিত হ’ব? নন্দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?