Daily MCQs

অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনৰ যুৱক-যুৱতীসকলক দক্ষতা প্ৰদানৰ বাবে কোনখন দেশৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এজন ব্যক্তিয়ে A বিন্দুৰ পৰা পূব দিশলৈ ৩ কি.মি. গৈ B পালে, তাৰ পিছত বাওঁফালে ঘূৰি তাৰ তিনিগুণ দূৰত্ব অতিক্ৰম কৰি C পালে। তেওঁ আকৌ বাওঁফালে ঘূৰি A আৰু B-ৰ মাজৰ দূৰত্বৰ পাঁচগুণ অতিক্ৰম কৰি D গন্তব্যস্থান পালে। আৰম্ভণি বিন্দু আৰু গন্তব্যস্থানৰ মাজৰ আটাইতকৈ কম দূৰত্ব কিমান? কাক কম্পিউটাৰৰ জনক বুলি জনা যায়? ভাৰতৰ কোনটো ক্ষেপণাস্ত্ৰৰ ৰপ্তানি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে? ট্ৰেন্সফৰ্মাৰে কি ৰূপান্তৰ কৰে? ‘ভিলেজ ৰকষ্টাৰছ’ চিনেমাখনৰ পৰিচালক কোন?