Daily MCQ

সকলো প্ৰশ্নৰ তালিকা

নিম্নলিখিত অসমৰ কোনটো এলেকাত ফেৰেল ঘোঁৰা পোৱা যায়? ২০১১ চনৰ জনসংখ্যা পিয়লৰ তথ্য অনুসৰি অসমত সাক্ষৰতাৰ হাৰ আনুমানিক: অসমৰ পৰিবহণ বিভাগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? অসমে তলৰ কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে? বংকিমচন্দ্ৰই লিখা একমাত্ৰ ইংৰাজী উপন্যাসখনৰ নাম কি? পানীপথৰ দ্বিতীয় যুদ্ধ (১৫৫৬ খ্ৰীষ্টাব্দ) কাৰ কাৰ মাজত সংঘটিত হৈছিল? আলেকজেণ্ডাৰ ৰজা আছিল - আফ্রিকাৰ জনবহুল দেশৰ নাম হল আহোম মুদ্ৰাৰ আকৃতি আছিল- তলৰ কোনখন ৰাজ্যত বিধান পৰিষদ আছে? সত্যগ্ৰহ গ্ৰন্থৰ লেখক কোন? উত্তৰ-পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত ষষ্ঠ অনুসূচী আছে? নাবাৰ্ড নামৰ বিত্তীয় প্ৰতিষ্ঠানটো যি বছৰত প্ৰতিষ্ঠা হৈছিল সেয়া হ'ল- ১ আগষ্টত উদযাপন কৰা হয় 'Goem Vinamulya Vij Yevjan' আঁচনিৰ সৈতে জড়িত অংশুমান গায়কোৱাদ কোনটো খেলৰ লগত সম্পৰ্কিত? কাক ভাৰতৰ জলমানুহ বুলি জনা যায় ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈছে? ভাৰতৰ প্ৰথমজন চীফ অৱ ডিফেন্স ষ্টাফ কোন আছিল? প্ৰতিৰক্ষা মন্ত্ৰালয়ে কোনটো সংস্থাৰ পৰা তেজছ লাইট কম্বেট এয়াৰক্ৰাফ্ট ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে? ভাৰতৰ কোনটো ক্ষেপণাস্ত্ৰৰ ৰপ্তানি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে? পোখৰাণত হোৱা প্ৰথম পাৰমাণৱিক বিস্ফোৰণৰ লগত তলৰ কোন জড়িত? ভাৰতৰ প্ৰথমটো পাৰমাণৱিক ৰিয়েক্টৰ কোনটো আছিল? ভাৰত-আমেৰিকাৰ যৌথ সামৰিক অনুশীলন মালাবাৰত অংশগ্ৰহণ কৰা তৃতীয়খন দেশ কোনখন? গগন শক্তি কোনটো সংগঠনৰ দ্বাৰা পৰিচালিত সামৰিক অনুশীলন?