Daily MCQs

ভাৰতৰ প্ৰথমজন চীফ অৱ ডিফেন্স ষ্টাফ কোন আছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এজন পিতৃ আৰু তেওঁৰ পুত্ৰৰ বয়স ১০ বছৰৰ অনুপাত ৫:৩। আনহাতে ১০ বছৰৰ আগত বয়সৰ অনুপাত আছিল ৩:১। তেন্তে আজি পুত্ৰৰ বয়সৰ লগত পিতৃৰ বয়সৰ অনুপাত কিমান? সংখ্যা দুটাৰ গঃসাঃগু ২৩, আৰু সিহঁতৰ লঃসাঃগু ৰ বাকী দুটা গুণক ১৩ আৰু ১৪। সংখ্যা দুটাৰ ভিতৰত ডাঙৰটো কিমান? Looking forward _____ seeing you soon. আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? 'Meri Ekyavan Kavitayen' কোনে লিখিছিল?