Daily MCQ

সকলো প্ৰশ্নৰ তালিকা

কোনটো ৰোগ চিনাক্ত কৰিবলৈ উইডেল পৰীক্ষা কৰা হয়? ২০২২ চনৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা কাক প্ৰদান কৰা হয়? ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰিলে? চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি আছিল? 'Life Divine' গ্ৰন্থ কোনে লিখিছিল? ভাৰতৰ জি-২০ বিষয়বস্তু কি আছিল? তৃতীয় খেলো ইণ্ডিয়া যুৱ গেমছ ২০২০ত অসমৰ পৰা কোনে প্ৰথম পদক লাভ কৰে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চাযতি ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে? ‘মেৰ বিল’ ক’ত অৱস্থিত? ‘বাথা বিল’ ক’ত অৱস্থিত? পাভৈ বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ভাৰতৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড কেতিয়া গঠন হৈছিল? ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে কিমান কিলোমিটাৰ বৈ যায়? তলৰ কোনটো বৰাক নদীৰ উপনৈ? চিমেণ্টৰ কাৰখানা ক’ত অৱস্থিত? কয়লা খনি ক'ত নাই? বৰ্তমান ক’ত খাৰুৱা তেলৰ কূপ নাই? সৰ্বব্যাপী সম্পদ কোনটো? ইয়াৰে কোনটো নবীকৰণযোগ্য সম্পদ? ইয়াৰে কোনটো অক্ষয় সম্পদ? বায়ুমণ্ডলৰ কোনটো গেছৰ ফলত এতিয়া উষ্ণতা বৃদ্ধি পাইছে? ভূমিকম্প জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? কি যন্ত্ৰৰ দ্বাৰা বতাহৰ দিশ জুখিব পাৰি? বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো কি?