Daily MCQs

ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰিলে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনটো অনুচ্ছেদত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে? তলৰ কোনজন ব্যক্তিক ২০২৩-২৪ বৰ্ষৰ অসম সৌৰভ বঁটা প্ৰদান কৰা হয়? অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? ভবেন্দ্ৰ নাথ শইকীয়া সম্পাদনা কৰা শিশু আলোচনীখন কি? বিখ্যাত খাদ্য “দাল বাটি চুৰ্মা” সাধাৰণতে কোন ৰাজ্যত পোৱা যায়?