Daily MCQ
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
সকলো প্ৰশ্নৰ তালিকা
মাদাৰ টেৰেছাই শান্তিৰ নোবেল বঁটা কেতিয়া লাভ কৰিছিল?
একাধিক নোবেল বঁটা লাভ কৰা একমাত্ৰ মহিলা কোন?
কোন চনত টেলিফোন আৱিষ্কাৰ হৈছিল?
SIM ৰ অৰ্থ কি?
ভাৰতত ‘মানৱ কম্পিউটাৰ’ বুলি কাক জনা যায়?
তলৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক?
তলৰ কোনখন চহৰক ‘ভাৰতৰ চাহ চহৰ’ বুলি জনা যায়?
অসমৰ কোনখন জিলা ৰে’লপথেৰে সংযুক্ত হোৱা নাই?
বৰাক নদীৰ উপনৈ দুটা হ'ল -
ড’নি প’লো বিমানবন্দৰ ক’ত অৱস্থিত?
ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) 2020 অনুসৰি কোনটো পাঠ্যক্ৰম বন্ধ কৰা হৈছে?
ভৌগোলিক আকাৰৰ ফালৰ পৰা বিশ্বৰ দেশৰ ভিতৰত ভাৰতৰ স্থান -
ৰূপসী বিমানবন্দৰ ক'ত অৱস্থিত?
কোন বছৰত ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিল ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল?
বেবিলনৰ ওলমি থকা বাগিচাখন আজি কোনখন দেশত অৱস্থিত?
বৰ্তমান পৃথিৱীৰ আটাইতকৈ পুৰণি স্থাপত্য ভাস্কৰ্য্য বুলি জনা যায় কোনটো?
কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে?
পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন?
কোনখন ৰাজ্যই আন ৰাজ্যৰ সৰ্বাধিক সংখ্যক সীমা স্পৰ্শ কৰে?
নেপচুন ৰ নীলা ৰঙৰ বাবে কোনটো গেছ দায়ী?
পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন?
বিশ্বৰ সৰ্ববৃহৎ মহাদেশ কোনখন?
তলৰ কোনটো মহাসাগৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ?
সাগৰৰ সিপাৰে ভাৰতৰ নিকটতম দেশ কোনখন?
কোনখন দেশৰ সৈতে ভাৰতে সৰ্বাধিক দীঘলীয়া স্থলসীমা ভাগ কৰিছে?
পূৰ্ৱবৰ্তী
পৃষ্ঠা নং 4
পৰৱৰ্তী