Daily MCQs

এখন কিতাপৰ দাম প্ৰথমে ২৫% হ্ৰাস কৰা হয় আৰু তাৰ পিছত ২০% বৃদ্ধি কৰা হয়। দামৰ মুঠ পৰিৱৰ্তন কিমান হ'ব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনটো মণিপুৰৰ নদী নহয়? প্ৰাচীন নাম ‘কামৰূপা’ ভাৰতৰ কোনটো অঞ্চলৰ লগত জড়িত? ১৮ জন লোকে যদি ১০ দিনত ৯০০ খন কিতাপ বান্ধিব পাৰে, তেন্তে ১২ দিনত ৬৬০ খন কিতাপ বান্ধিবলৈ কিমান মানুহৰ প্ৰয়োজন? He was tired and (fall) asleep immediately. ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী কোন আছিল?