Daily MCQ

সকলো প্ৰশ্নৰ তালিকা

কোনটো দ্বীপ পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত? পি.টি. উষাই কোনবিধ​ খেলত​ অংশগ্ৰহণ ক​ৰিছিল​? January was the __________ month last year. ১৯৬৯ চনৰ ড° বেজবৰুৱাৰ সংস্কৰণত কোনে টাইটেল ৰ’ল পালন কৰিছিল? তলৰ কোনটো বাকীবোৰৰ পৰা পৃথক? শৃংখলাত ভুল পদটো চিনাক্ত কৰা - {৫, ৮, ১৩, ২০, ৩১, ৪০, ৫৩}। (মেজৰ) ধ্যান চান্দৰ লগত জড়িত খেলবিধ চিনাক্ত কৰা। দলাল ষ্ট্ৰীট কোনখন চহৰত অৱস্থিত? তলৰ কোনটো ৰং অলিম্পিকৰ পতাকাত দেখা নাযায়? শৰাইঘাটৰ যুদ্ধত সৈন্যবাহিনী পৰাজিত হোৱা মোগল সম্ৰাটৰ নাম লিখা। তলৰ সকলৰ ভিতৰত কোন মল্লযুঁজাৰু? ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক কোনখন ৰাজ্য? প্ৰহ্লাদ চৰিত কোনে লিখিছিল? মাধবদেৱৰ জন্ম ক’ত হৈছিল? জীয়া ভৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত? কোন চনত ৰবীন্দ্ৰ নাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল? অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলৰ তলত আছে? Identify the incorrectly spelt word. Which pronoun is used for ‘non-living thing’? Is your brother _____ to the gym? What is the opposite of ‘sorrow’? Identify the collective noun for ‘dogs’. Tuhin ran _____ than Zubin to win the race. What does ‘in a nutshell’ mean? Give one-word substitution for ‘life history of a person written by another person’.