Daily MCQs

He shall go out as soon you (be) ready.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এগৰাকী মাতৃ, কন্যা আৰু পুত্ৰৰ বয়সৰ যোগফল হ’ল ৯৬ বছৰ। ৫ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ যোগফল কিমান হ’ব? কোন আহোম ৰজাৰ ৰাজত্বকালত পাইক ব্যৱস্থা সংস্কাৰ হৈছিল? Change the narration: He said, "I am unwell." সিন্ধু নদীৰ উৎপত্তি কি? কোনটো পাহাৰত, কামাখ্যা মন্দিৰ অৱস্থিত?