Daily MCQ

সকলো প্ৰশ্নৰ তালিকা

ৰঙা গোলাপ ৰঙা দেখি কাৰণ ________। আমাৰ শৰীৰত হাড়ৰ সংখ্যা _________ আৰু পেশীৰ সংখ্যা _______। মানুহৰ হৃদয়ত _______ সংখ্যক কক্ষ থাকে। ডাঙৰ হ’লে পলুবোৰ _________ হৈ পৰে। শেহতীয়াকৈ কোন ভাৰতীয়ই আৰ্চাৰী বিশ্বকাপ ফাইনেল ২০২৪ত ৰূপৰ পদক লাভ কৰিছে? ২০২৪ চনৰ সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছে? তলত দিয়া কোনটো আৰক্ষীৰ পদবী ৰাজপত্ৰিত বিষয়া? SPৰ সম্পূৰ্ণ ৰূপ কি? ‘ভিলেজ ৰকষ্টাৰছ’ চিনেমাখনৰ পৰিচালক কোন? ক্রিষ্টোফাৰ কলম্বাছৰ জন্ম কোনখন দেশত? তলৰ কোনটো বঁটা একান্তভাৱে সংগীত জগতৰ বাবে দিয়া বঁটা? তলৰ কোনটো পৰ্বতমালা জম্মু-কাশ্মীৰ অঞ্চলত আছে? Mark the correct word as synonym of 'affluent'. তলৰ কোনটো ভাৰতৰ পৰোক্ষ কৰৰ উদাহৰণ? তলৰ কোনজন লন টেনিছ খেলুৱৈ নহয়? কোন সম্ৰাটৰ চাণক্য ৰাজ উপদেষ্টা আছিল? অলিম্পিক গেমছত সৰ্বাধিক স্বৰ্ণ পদক কোনে লাভ কৰিছে? পদ্মনাভাস্বামী মন্দিৰ কোনখন চহৰত অৱস্থিত? Identify the correctly spelt word. এটা টেংকি ৬টা পাইপেৰে ৮০ মিনিটত ভৰাই ল’ব পাৰি। ৮টা পাইপেৰে টেংকি ভৰাইবলৈ কিমান সময় লাগিব? Which of the following is a collective noun for ships? কোনখন দেশে চুৱেজ খাল নিয়ন্ত্ৰণ কৰে? অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডে ব্যৱহাৰ কৰা প্ৰাথমিক কেঁচামাল হ’ল তলৰ কোনটো মহাভাৰতৰ অংশ? Identify the proper noun in the following list.