Daily MCQs

What are you looking ___?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনখন স্থানে ইয়াৰ লিচুৰ বাবে GI টেগ লাভ কৰিছে? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া ন্যায়াধীশৰ নাম কি? কৌটিল্যৰ অৰ্থশাস্ত্ৰত ৰেচম উৎপাদনৰ বাবে নলবাৰী জিলাৰ কোনখন গাঁৱৰ উল্লেখ আছে? এজন ব্যক্তিয়ে উত্তৰ দিশলৈ ২ কিলোমিটাৰ খোজ কাঢ়িছে। তাৰ পিছত পূব দিশলৈ ঘূৰি ১০ কিলোমিটাৰ খোজ কাঢ়ি যায়। ইয়াৰ পিছত তেওঁ উত্তৰ দিশলৈ ঘূৰি ৩ কিলোমিটাৰ খোজ কাঢ়ি যায়। আকৌ পূব দিশলৈ ঘূৰি ২ কিলোমিটাৰ খোজ কাঢ়ি যায়। তেওঁ আৰম্ভণিৰ পৰা কিমান দূৰ খোজ কাঢ়িছে? অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতা কোন আছিল?