Daily MCQ

সকলো প্ৰশ্নৰ তালিকা

ভাৰতৰ আটাইতকৈ দক্ষিণৰ বিন্দুটোৰ ভিতৰত কোনটো? তলৰ কোনটো পাহাৰ তামিলনাডুত অৱস্থিত নহয়? তলৰ কোনখন নদীক দক্ষিণ গংগা নামেৰেও জনা যায়? ট্ৰপিক অৱ কেন্সাৰ ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? সাতপুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? কটক কোনখন নদীৰ পাৰত অৱস্থিত? বানিহাল পাছ ভাৰতৰ কোনখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল? নৰ্মদা নদীৰ উৎপত্তি _____ৰ পৰা হয়। কোলেৰু হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত? চুতক জলবিদ্যুৎ প্লাণ্ট ভাৰতৰ কোনখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? তলৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ নকৰে? বায়ুত মেগনেছিয়াম জ্বলিলে ই মেগনেছিয়াম অক্সাইড প্রস্তুত কৰে। ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো হ’ল _________। হাইড্রোজেনৰ ২ টা পৰমাণু আৰু ছালফাৰৰ ১ টা পৰমাণু থকা যৌগ এটাৰ ৰাসায়নিক সূত্র হৈছে _______। এলুমিনিয়ামৰ পাৰমাণৱিকতা হ’ল ________। তলৰ কোনটো মৌল বা যৌগ নহয়? পাৰমাণৱিক তত্ত্ব দিছিল ________। তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? আন্তঃআণৱিক স্থান সর্বাধিক হয় ________। কোলেষ্টেৰ’ল হ’ল ________। তলৰ কোনটো প্ৰক্ৰিয়াই মাটিৰ পুষ্টি ৰক্ষা নকৰে? ভাৰতত সেউজ বিপ্লৱৰ পিতৃ হৈছে ________। তলৰ কোনটো এটা উপকাৰী জীৱ? সাপে কামোৰাৰ ক্ষেত্ৰত বেজী দিয়াৰ বাবে উত্তম ঔষধ হৈছে _________। পেনিচিলিন প্রথমে আৱিষ্কাৰ কৰিছিল ______।