Daily MCQs

Women is holding cup of tea ___ her hands.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

সূৰ্য্য উদয় হোৱাৰ পিছত এদিন ৰাতিপুৱা বিমলে খোজ কাঢ়ি গৈ আছে আৰু বিপৰীত দিশৰ পৰা বালাকৃষ্ণ আহি থকা দেখিছে। বিমলে লক্ষ্য কৰে যে বালাকৃষ্ণৰ ছাঁ বিমলৰ সোঁফালে। বিমল কোন দিশলৈ মুখ কৰি আছে? কোনটো খেলত অসমৰ পৰা তনিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই ভাৰতক প্ৰতিনিধিত্ব কৰে? উৎপাদন প্ৰক্ৰিয়াটো কোনটো বৃত্তিৰ উদাহৰণ? মহাত্মা গান্ধী কোন চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল? “১৯০৯ চনৰ ভাৰতীয় পৰিষদ আইন”ক আন কি নামেৰে জনা যায়: