Daily MCQs

‘ডাইনামাইট’ কোনে উদ্ভাৱন কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ইণ্ডিকা কোনে লিখিছিল? সন্ধিয়া ৫ বজাত স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে কেতকিৰ ছাঁ বাওঁফালে পৰি আছিল। তাইৰ ঘৰৰ পৰা স্কুল কোন দিশত? দৃষ্টিশক্তিহীন ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত ব্যৱহাৰ কৰা পদ্ধতিৰ নাম কি? ভাৰতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ টকি ছবি কি আছিল? শেহতীয়াকৈ কোনখন দেশে জাপানক পিছ পেলাই বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে?