Daily MCQs

সন্ধিয়া ৫ বজাত স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে কেতকিৰ ছাঁ বাওঁফালে পৰি আছিল। তাইৰ ঘৰৰ পৰা স্কুল কোন দিশত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

নলা-নৰ্দমাৰ দ্বাৰা প্ৰদূষিত পানীত মাছ কিয় মৃত্যুমুখত পৰে? হিন্দু উপাধি গ্রহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? ২০২৪ চনত কোনখন ছবিয়ে শ্ৰেষ্ঠ অস্কাৰ ছবিৰ বঁটা লাভ কৰিছিল? ১৫ বছৰৰ পিছত ৰাজীৱৰ বয়স ৫ বছৰ আগৰ বয়সৰ ৫ গুণ হ'ব। বৰ্তমান ৰাজীৱৰ বয়স কিমান? ভূটানত মানস নদীৰ কেন্দ্ৰীয় উপনৈ ______।