Daily MCQs

অসমৰ আন্তঃৰাজ্যিক সীমা তলৰ কোনখন উত্তৰ-পূবৰ ৰাজ্যৰ সৈতে নাই?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাস্কৰ আৰু পৱনৰ দৰমহা ২:৩ অনুপাতত। দুয়োজনৰ দৰমহা ৪০০০ টকা বৃদ্ধি কৰাৰ পিছত নতুন অনুপাত ৪০:৫৭ হয়। পৱনৰ দৰমহা কিমান? যদি ঘনক এটাৰ প্ৰতিটো ফাল ১০% বৃদ্ধি কৰা হয়, তেন্তে ঘনকটোৰ আয়তন কিমান শতাংশ বৃদ্ধি পাব? অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? Choose the antonym of the word “scarce”: কোন দুখন চহৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত?