Daily MCQs

যদি ঘনক এটাৰ প্ৰতিটো ফাল ১০% বৃদ্ধি কৰা হয়, তেন্তে ঘনকটোৰ আয়তন কিমান শতাংশ বৃদ্ধি পাব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

শেহতীয়াকৈ কোনখন ৰাজ্যই দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মহিলা ছাত্ৰ-ছাত্ৰীক চেনিটেৰী নেপকিন কিনিবলৈ ধন দিছিল? আপেক্ষিকতাবাদৰ তত্ত্ব কোনজন বিজ্ঞানীয়ে উপস্থাপন কৰিছে? ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? তুৰস্কৰ মুদ্ৰা কি? কোনখন আইনৰ অধীনত অসমক বিধান পৰিষদ দিয়া হৈছিল?