Daily MCQs

বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ৰাজসূয় কাব্য কোনে ৰচনা কৰিছিল? অকল ক য়ে ২০ দিনত এটা কাম কৰিব পাৰে, আৰু অকল খ য়ে ৩০ দিনত কৰিব পাৰে। যদি তেওঁলোকে একেলগে কাম কৰে তেন্তে আধা কাম শেষ কৰিবলৈ কিমান সময় লাগিব? জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? কোন বছৰত হোৱাটছএপ (WhatsApp) সেৱা আৰম্ভ হৈছিল? ক্ষেত্ৰভিত্তিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসম কোন স্থানত থিয় দিছে?