Daily MCQs

অকল ক য়ে ২০ দিনত এটা কাম কৰিব পাৰে, আৰু অকল খ য়ে ৩০ দিনত কৰিব পাৰে। যদি তেওঁলোকে একেলগে কাম কৰে তেন্তে আধা কাম শেষ কৰিবলৈ কিমান সময় লাগিব?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

BTRৰ ৰাজধানী কি? 'শ্বাটলাৰ' বুলি কি খেলৰ খেলৱৈক কোৱা হয়? লেকাডিভ সাগৰক অন্য কি নামেৰে জনা যায়? He has (suffer) for a month. চন্দ্ৰপ্ৰভা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?