Daily MCQs

URL ৰ সম্পূৰ্ণ ৰূপ কি?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ক এ ১০ দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে, আৰু খ এ ২০ দিনত সম্পূৰ্ণ কৰিব পাৰে। যদি তেওঁলোকে ৫ দিন একেলগে কাম কৰে তেন্তে কামৰ কিমান অংশ অসমাপ্ত হৈ থকিব? 'গঙা চিলনীৰ পাখি' উপন্যাসখনৰ লেখক কোন আছিল? তলৰ কোনজন ভাৰতীয় ৰজাৰ দৰবাৰ কবি আছিল বানভট্ট? A, B, C আৰু D ক্ৰমে চাৰিটা একেৰাহে যুগ্ম সংখ্যা আৰু ইহঁতৰ গড় ৬৫। A আৰু D ৰ গুণফল কিমান? নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত?