Daily MCQs

A, B, C আৰু D ক্ৰমে চাৰিটা একেৰাহে যুগ্ম সংখ্যা আৰু ইহঁতৰ গড় ৬৫। A আৰু D ৰ গুণফল কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

KB ৰ সম্পূৰ্ণ ৰূপ কি? মীনাক্ষী মন্দিৰ কোন ৰাজ্যত অৱস্থিত? ৭২০ টকাত ১৭টা বল বিক্ৰী কৰিলে ৫ বলৰ ক্ৰয় মূল্যৰ সমান লোকচান হয়। এটা বলৰ ক্ৰয় মূল্য হ’ল? ২০২৪ চনৰ আগষ্ট মাহত অসমৰ পৰিবহণ মন্ত্ৰী কোন? ৬ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰৰ সকলো শিশুৰ শিক্ষাৰ অধিকাৰ হ’ল: