Daily MCQs

A-ৰ মাক B-ৰ ভনী আৰু তেওঁৰ এজনী ছোৱালী C আছে। B, C-ৰ কি হয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অসমৰ বড়ো, মিচিং আৰু ৰাভা জনগোষ্ঠীসমূহ মূলতঃ কোনটো নৃগোষ্ঠীৰ অন্তৰ্গত? মিৰ জুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদজন কোন আছিল? আৰ্জেণ্টিনাৰ ৰাজধানী কি? সাগৰৰ সিপাৰে ভাৰতৰ নিকটতম দেশ কোনখন? কোনখন দেশৰ মাজেৰে বিষুৱৰেখা পাৰ হৈ যায়?