Daily MCQs

এজন ব্যক্তিয়ে পূবলৈ ১ কি.মি. যায়, তাৰপিছত দক্ষিণলৈ ঘূৰি ৫ কি.মি. যায়। পুনৰ তেওঁ পূবলৈ ঘূৰি ২ কি.মি. যায়, ইয়াৰ পিছত উত্তৰলৈ ঘূৰি ৯ কি.মি. যায়। তেওঁ আৰম্ভণি বিন্দুৰ পৰা কিমান দূৰত আছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনজন অসমীয়া ব্যক্তিক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? ব্ৰহ্মপুত্ৰৰ উপনদী গাই নদীখন কি কি নদীৰ মাজত অৱস্থিত? লক্ষ্মীৰ বয়স আৰু মাকৰ বয়সৰ অনুপাত ৩:১১। তেওঁলোকৰ বয়সৰ পাৰ্থক্য ২৪ বছৰ। ৩ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হ’ব অসম কেশৰী নামেৰেও কাক জনা যায়? স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?