Daily MCQs

লক্ষ্মীৰ বয়স আৰু মাকৰ বয়সৰ অনুপাত ৩:১১। তেওঁলোকৰ বয়সৰ পাৰ্থক্য ২৪ বছৰ। ৩ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হ’ব

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্কক সুৰক্ষা দিয়াৰ প্ৰচেষ্টাৰ বাবে গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটলী বঁটা কোনে লাভ কৰিছিল? বৰাক উপত্যকা কোনখন ৰাজ্যত অৱস্থিত? কোনখন নদীৰ ওপৰত হিৰাকুড বান্ধ অৱস্থিত? পেৰিছ অলিম্পিক ২০২৪ৰ পদক তালিকাত ভাৰতৰ স্হান কিমান আছিল? tan ৬০°/cot ৩০° ৰ মান সমান: