Daily MCQs

বৃত্তৰ যিকোনো বিন্দুত স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ ওপৰত _____।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনটো দিনক অসম আৰক্ষী দিৱস হিচাপে পালন কৰা হয়? তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী? ৭, ১২, ৫, ১, ৪, ২, ১, ১২, ১৭, ১৬, ১, ৫, ৮ এই তথ্য শৃংখলাৰ গড় কিমান হব? পৰস্পৰে সংযুক্ত কম্পিউটাৰৰ বিশ্বব্যাপী নেটৱৰ্কক কি বুলি কোৱা হয়? তলৰ কোনটো ছেট শূন্য ছেটৰ উদাহৰণ?