Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
23 December 2023
JobAssam
Share
৭, ১২, ৫, ১, ৪, ২, ১, ১২, ১৭, ১৬, ১, ৫, ৮ এই তথ্য শৃংখলাৰ গড় কিমান হব?
ক) ৭
খ) ৪
গ) ৮
ঘ) ৫
৭
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
ৰেহানাই ঘৰৰ পৰা ৬ কিলোমিটাৰ পশ্চিমে গাড়ী চলায়, তাৰ পিছত বাওঁফালে ঘূৰি ৩ কিলোমিটাৰ গাড়ী চলায়, আৰু আকৌ বাওঁফালে ঘূৰি ১০ কিলোমিটাৰ গাড়ী চলায়। তাইৰ ঘৰ আৰু তাইৰ চূড়ান্ত স্থানৰ মাজত আটাইতকৈ কম দূৰত্ব কিমান?
অসমত পৰা কেতিয়া দাস প্ৰথাৰ বিলুপ্তি হৈছিল?
বামুনী কোঁৱৰৰ টাই আহোম নাম আছিল
সাধাৰণতে কোনটো অঞ্চলত ঝুম খেতি কৰা হয়?
লেকাডিভ সাগৰক কি অন্য কি নামেৰে জনা যায়?