Daily MCQs

অসমত কিমানটা হাতী সংৰক্ষিত বনাঞ্চল অৱস্থিত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

X পইণ্টৰ পৰা আৰম্ভ কৰি জয়ন্তই ১৫ মিটাৰ পশ্চিমলৈ খোজ কাঢ়িলে। বাওঁফালে ঘূৰি ২০ মিটাৰ খোজ কাঢ়িলে। আকৌ বাওঁফালে ঘূৰি ১৫ মিটাৰ খোজ কাঢ়িলে। শেষত সোঁফালে ঘূৰি ১২ মিটাৰ খোজ কাঢ়িলে। Xৰ পৰা জয়ন্ত কিমান দূৰ আৰু কোন দিশত? জৱাহৰ লাল নেহৰুৱে 'Discovery of India’ নামৰ গ্ৰন্থখন ক’ত লিখিছিল? পৃথিৱীৰ কোনটো স্থানত ঘূৰ্ণনৰ গতি সৰ্বাধিক? A, B, C আৰু D ক্ৰমাগত চাৰিটা অযুগ্ম সংখ্যা আৰু ইহঁতৰ গড় হ’ল ৪২। B আৰু D ৰ গুণফল কিমান? সুৰমা নদী অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম?