Daily MCQs

X পইণ্টৰ পৰা আৰম্ভ কৰি জয়ন্তই ১৫ মিটাৰ পশ্চিমলৈ খোজ কাঢ়িলে। বাওঁফালে ঘূৰি ২০ মিটাৰ খোজ কাঢ়িলে। আকৌ বাওঁফালে ঘূৰি ১৫ মিটাৰ খোজ কাঢ়িলে। শেষত সোঁফালে ঘূৰি ১২ মিটাৰ খোজ কাঢ়িলে। Xৰ পৰা জয়ন্ত কিমান দূৰ আৰু কোন দিশত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

প্রথম অসমীয়া ব্যংগ আলোচনী খনৰ নাম কি? সংখ্যা যোগ কৰাৰ বাবে যান্ত্ৰিক কেলকুলেটৰ কোনে উদ্ভাৱন কৰিছিল? কপাহ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ ৰেংকিং কি? আনৰ ধাৰণা আৰু লেখা প্ৰকাশ কৰিলে ইয়াক কি বুলি কোৱা হয়? ভবেন্দ্ৰ নাথ শইকীয়া সম্পাদনা কৰা শিশু আলোচনীখন কি?