Daily MCQs

তলৰ কোনটো খেলত বল ব্যৱহাৰ কৰা নহয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অকল ক য়ে ২০ দিনত এটা কাম কৰিব পাৰে, আৰু অকল খ য়ে ৩০ দিনত কৰিব পাৰে। যদি তেওঁলোকে একেলগে কাম কৰে তেন্তে আধা কাম শেষ কৰিবলৈ কিমান সময় লাগিব? এটা ৰৈখিক বহুপদৰ লেখ হ'ল: এটা সমকোণী ত্ৰিভুজত, আধাৰৰ দৈৰ্ঘ্য ৬ ছেমি আৰু উচ্চতা ৮ ছেমি। হাইপটেনিউছৰ দৈৰ্ঘ্য কিমান? ২০২৪ চনৰ গুণোৎসৱত কোনখন জিলাই প্ৰথম স্থান লাভ কৰিছিল? ১২−৬÷১২×৬+৬=৯ সমীকৰণটোত কোন দুটা চিহ্ন সলনি কৰিলে শুদ্ধ হ’ব?