Daily MCQs

কোন বছৰৰ পৰা তথ্যৰ অধিকাৰ আইন কাৰ্যকৰী হ’ল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

শেহতীয়াকৈ মুদুমালাই ব্যাঘ্ৰ প্রকল্পত দেখা পোৱা সাধাৰণ ঘাঁহ হালধীয়া কোনটো প্ৰজাতিৰ অন্তৰ্গত? কাক ‘দেৱনামপ্ৰিয়া’ বুলি কোৱা হৈছিল? তলত দিয়া কথাবোৰ বিবেচনা কৰক: ১) চৰাইদেউক সাধাৰণতে "অসমৰ পিৰামিড" বুলি জনা যায়। ২) আহোম ৰজাৰ আদি ৰাজধানী আছিল। ৩) শেহতীয়াকৈ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ৪) যোৰহাটত অৱস্থিত। ইয়াৰে কোনটো শুদ্ধ? দৈৰ্ঘ্যৰ SI একক কি? ছডিয়াম ধাতু ক’ত ডুবাই ৰখা হয়?