Daily MCQs

তলত দিয়া কথাবোৰ বিবেচনা কৰক: ১) চৰাইদেউক সাধাৰণতে "অসমৰ পিৰামিড" বুলি জনা যায়। ২) আহোম ৰজাৰ আদি ৰাজধানী আছিল। ৩) শেহতীয়াকৈ অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ৪) যোৰহাটত অৱস্থিত। ইয়াৰে কোনটো শুদ্ধ?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বীৰনাম হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? বগীবিল দলঙে ধেমাজি জিলাক কোনখন জিলাৰ সৈতে সংযোগ কৰে? Tuhin ran _____ than Zubin to win the race. বৈদিক যুগত চৰকাৰৰ স্বাভাৱিক ৰূপ কি আছিল? কোন চনত দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তই দদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল?