Daily MCQs

মেঘালয়-কাৰ্বি আংলং মালভূমিত প্ৰধানকৈ কোনটো খনিজ সম্পদ পোৱা যায়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এজন ব্যক্তিয়ে বেংকৰ পৰা বছৰি ১২% হাৰত সৰল সুতত ঋণ লৈছিল। ৩ বছৰৰ পাছত কেৱল সেই সময়ছোৱাৰ বাবে তেওঁ ৫৪০০ টকা সুত হিচাপে দিবলগীয়া হৈছিল। তেওঁ ঋণ লোৱা মূলধন আছিল? তলত দিয়া সংস্কৃতিৰ ভিতৰত কোনে প্ৰথমে নিজৰ মৃৎশিল্পৰ ছবি আঁকিছিল? সিন্ধু জল চুক্তি কেতিয়া হৈছিল? জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি কোনখন আছিল? কোন চনত ইটাখুলীৰ যুদ্ধ হৈছিল?