Daily MCQs

Choose the correct indirect speech: “Why are you crying?” he asked.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বায়ুমণ্ডলৰ কোনটো স্তৰত ধুমুহা আৰু বৰষুণ হয়? শেহতীয়াকৈ পশ্চিম বংগৰ ৰাজ্যিক গীত হিচাপে ঘোষণা কৰা “বাঙ্গলাৰ মাটি বাঙ্গলাৰ জল” গীতটোৰ লেখক কোন? কোনে অসমীয়া উপন্যাস ‘বিপন্ন বিস্ময় খেল’ৰ বাবে বাল সাহিত্যপুৰস্কাৰ ২০২৪ লাভ কৰিছিল? জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথমখন ছবি_____। X পইণ্টৰ পৰা আৰম্ভ কৰি জয়ন্তই ১৫ মিটাৰ পশ্চিমলৈ খোজ কাঢ়িলে। বাওঁফালে ঘূৰি ২০ মিটাৰ খোজ কাঢ়িলে। আকৌ বাওঁফালে ঘূৰি ১৫ মিটাৰ খোজ কাঢ়িলে। শেষত সোঁফালে ঘূৰি ১২ মিটাৰ খোজ কাঢ়িলে। Xৰ পৰা জয়ন্ত কিমান দূৰ আৰু কোন দিশত?