Daily MCQs

কোনখন দেশ নিৰপেক্ষ আন্দোলনৰ ১৯ সংখ্যক শীৰ্ষ সন্মিলন, ২০২৪ৰ আয়োজক?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

গড় দ'ল ক'ত অৱস্থিত? ২০০ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ৫৪ কিলোমিটাৰ বেগত চলি আছে। ১৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব? অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ভাৰতৰ মিউচুৱেল ফাণ্ডৰ বজাৰ নিয়ন্ত্ৰক কোনটো সংস্থা? জীয়া ভৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত?