Daily MCQs

গংগাৰ কোনখন উপনৈক ‘বিহাৰৰ দুখ’ বুলি কোৱা হয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

শিশু উপন্যাস ‘সেউজিয়া ধৰাণী’ৰ বাবে কোনজন সাহিত্যিকে বাল সাহিত্য বঁটা লাভ কৰিছিল? তলৰ কোনটো ভাষা ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত নাই? নতুন নিযুক্তিৰ বাবে অসম আৰক্ষীৰ সৈতে কোনটো প্ৰশিক্ষণ প্ৰতিষ্ঠান জড়িত? বেডমিণ্টন খেলুৱৈক চিনাক্ত কৰা। বৰাক নদীৰ উপনৈ দুটা হ'ল -