Daily MCQs

তলত দিয়া বক্তব্যসমূহ পঢ়কঃ 1) অসম উত্তৰ দিশত ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমাৰেখাৰে আবদ্ধ। 2) অসমৰ ভৌগোলিক আয়তন ৩২,৮৭,২৬৩ বৰ্গ কিঃমিঃ। 3) অসম ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত। কোনটো বক্তব্য ভুল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

শূন্যকে ধৰি সামগ্ৰিকভাৱে সকলো ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ পদটো কি? অসমত তিতা ধান খেতিৰ প্ৰযুক্তি কোনে আনিছিল? অভিযাত্রী কাৰ জীৱন আৰু কৃতিত্বৰ ওপৰত আধাৰিত এখন উপন্যাস? বাবৰৰ মৃত্যু ক'ত হৈছিল? কোন বছৰত অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল?