Daily MCQs

তিনিখন ঐতিহাসিক নাট ক্ৰমে- চক্ৰধজ সিংহ, জয়মোতী কোঁৱৰী আৰু বেলিমাৰ ৰচনা কৰিছিল:

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

৫ বছৰৰ বাবে এটা ৰাশিৰ ওপৰত সৰল সুত মুলধনৰ এক চতুৰ্থাংশ। বছৰি সুতৰ হাৰ হ’ল? শূন্যকে ধৰি সামগ্ৰিকভাৱে সকলো ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ পদটো কি? Choose the word opposite in meaning to the given word 'FLAGITIOUS'. প্ৰথম পানীপট যুদ্ধত (১৫২৬) বিৰোধী শক্তি কোন আছিল? অসমত ৰাজ্যিক নিযুক্তিৰ বাবে গঠন কৰা আয়োগ SLRCৰ সম্পূৰ্ণ ৰূপ কি?