Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
15 July 2024
JobAssam
Share
ড° ভূপেন হাজৰিকা দেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি কোনখন?
ক) জয়মতী
খ) এৰা বাটৰ সুৰ
গ) ইন্দ্ৰমালতী
ঘ) ওপৰৰ এটাও নহয়
এৰা বাটৰ সুৰ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
আহোমৰ ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল মিৰজুমলা?
ভাৰতে শেহতীয়াকৈ কোনখন দেশলৈ প্ৰায় ১৪০০ কিলোগ্ৰাম কেন্সাৰ প্ৰতিৰোধী ঔষধ মানৱীয় সাহায্য হিচাপে প্ৰেৰণ কৰিছে?
_____ man that we saw turned out to be a thief.
এটা বেগত ৫টা ৰঙা বল আৰু ৩টা সেউজীয়া বল আছে। যদি এটা বল যিকোনো ভাবে উঠোৱা হয়, তেন্তে ৰঙা বল উঠোৱাৰ সম্ভাৱনা কিমান?
কোনজন পণ্ডিতে প্ৰথমে ‘সিন্ধু সভ্যতা’ শব্দটো ব্যৱহাৰ কৰিছিল?