Daily MCQs

ক, খ আৰু গ ৰ গড় ওজন ৫০ কিলোগ্ৰাম। যদি ক আৰু খৰ গড় ওজন ৪৫ কিলোগ্ৰাম আৰু খ আৰু গ ৰ গড় ওজন ৫৪ কিলোগ্ৰাম হয়, তেন্তে খ ৰ ওজন হ’ব

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোন চনত অসম ক্ৰিকেট সন্থা (ACA) গঠন হৈছিল? কোনটো জীৱ-জন্তুৰ গোটে প্ৰথমে উৰিবলৈ বিকশিত হৈছিল? Fill in the blank with correct preposition Do you usually go out ______ Saturday evening? মানুহে আৱিষ্কাৰ কৰি সঁজুলিৰ বাবে ব্যৱহাৰ কৰা প্ৰথম ধাতু কি? পি.টি. উষাই কোনবিধ​ খেলত​ অংশগ্ৰহণ ক​ৰিছিল​?