Daily MCQs

কোনটো অনুচ্ছেদত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

১৫ বছৰ পিছত এজন মানুহৰ বয়স ১৫ বছৰ আগৰ তুলনাত ৪ গুণ হ’ব। তেওঁৰ বৰ্তমান বয়স হৈছে শেহতীয়াকৈ কোনখন ৰাজ্যই দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মহিলা ছাত্ৰ-ছাত্ৰীক চেনিটেৰী নেপকিন কিনিবলৈ ধন দিছিল? অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? অর্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন? কোনটো কোম্পানীয়ে C-17 Globemaster বিমান নিৰ্মাণ কৰে?