Daily MCQs

অসমত গঁড় দিৱস ______ তাৰিখে পালন কৰা হয়।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতত কোনখন চহৰত প্ৰথমে চিমেণ্ট উৎপাদন আৰম্ভ হৈছিল? কাৰ ৰাজত্বকালত ৰংপুৰ চহৰত, জীৱ-জন্তুৰ যুঁজৰ বাবে 'ৰং ঘৰ' নামেৰে পৰিচিত এম্ফিথিয়েটাৰ নিৰ্মাণ কৰা হৈছিল? 'কাঠনিবাৰী ঘাট' নামৰ চুটিগল্প সংকলন কোনে লিখিছিল? কোনে বৰপেটাত ‘বৰপেটা সত্ৰ’ প্ৰতিষ্ঠা কৰিছিল? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চাযতি ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে?